TechyImmo
TechyImmo

💣💥 এই দিপাৱলী তোমাৰ বাবে হৈ পৰক ধন-ধানেৰে পৰিপূৰ্ণ, জীৱন হৈ পৰক সুখময়, তাৰেই কামনাৰে - শুভ দীপান্বিতা !!!
এই দিপাৱলীত মোৰ কামনা এইয়ে যে, প্ৰত্যেকটো কাৰ্য্যতে যেন তুমি লাভ কৰা সফলতা, সুখ তোমাৰ চাৰিওফালে বিয়পি পৰে আৰু মা' লম্ক্ষীৰ কৃপাই তোমাৰ জীৱন আৱৰি ধৰে !!!
ভগবান শ্রীৰামৰ আশীৰ্বাদে তোমাৰ জীৱনত যেন সুখ চটিয়ায়, দুখ'ক নাশ কৰে, প্ৰেম'ৰ ফুলজাৰিয়ে জীৱন আলোকময় কৰি তোলে, বন্তিগচিৰ উজ্জ্বল পোহৰে তোমাৰ জীৱন আনন্দময় কৰি তোলে !!!
Wish You A Happy And A Prosperous Diwali

💣💥 প্ৰজ্বলিত চাকিৰ উজ্জ্বল পোহৰত মা' লম্ক্ষীৰ আৱাহনে তোমাৰ আৰু তোমাৰ পৰিয়াললৈ যেন হাঁহি, সুখ আৰু ভাগ্য কঢ়িয়াই আনে - Happy Diwali !



TechyImmo

Go
Share কৰিবলৈ ইয়াত টিপক